Get ready to ace your Polytechnic Admission Test 2024 with an extra boost from Part 2: Top 35 Science MCQs and Detailed Answers! Enhance your preparation and dive into these comprehensive questions and their detailed explanations. Don't miss out on this valuable resource!
Welcome back to the second installment of our series, "Boost Your Polytechnic Admission Test 2024 Preparation." In this edition, we delve into the realm of Science with a curated selection of the Top 35 Multiple Choice Questions (MCQs) and provide detailed answers to enhance your preparation. Science plays a crucial role in polytechnic entrance exams, and mastering these questions will undoubtedly give you an edge in the upcoming test. Let's embark on this learning journey together and fortify your knowledge base for a successful Polytechnic Admission Test experience. Part 1
Chapter : পোহৰ
– প্ৰতিফলন আৰু প্ৰতিসৰণ
1.
লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে, লক্ষ্যবস্তুটি উত্তল লেন্ছৰ সন্মুখত কোন স্থানত
ৰাখিব লাগিব ?
(a) মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
Ans : (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ
দূৰত্বত
2.
খুউৱ সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?
(a) 50 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্ছ
(b) 5 cm ফ’কাছ দৈৰ্ঘৰ অৱতল লেন্ছ
(c) 5 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্ছ
(d) 50 cm ফ’কাছ দৈৰ্ঘৰ অৱতল লেন্ছ
Ans : (c) 5 cm ফ’কাছ দৈৰ্ঘৰ উত্তল লেন্ছ
3.
উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব一
(a) সৎ, বিবর্ধিত
(b) সৎ, সংকুচিত
(c) অসৎ, বিবর্ধিত
(d) অসৎ, সংকুচিত
Ans : (d) অসৎ, সংকুচিত
4.
গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়一
(a) উত্তল দাপোণ
(b) অৱতল দাপোণ
(c) সমতল দাপোণ
(d) ইয়াৰ এটাও নহয়।
Ans : (a) উত্তল দাপোণ
5.
সমতল দাপোণত উৎপন্ন প্রতিবিম্ব一
(a) সৎ, ওলোটা, সংকুচিত
(b) অসৎ, থিয়, বিবর্ধিত
(c) অসৎ, থিয়, সমান
(d) অসৎ, থিয়, সংকুচিত
Ans : (c) অসৎ, থিয়, সমান
6.
তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল一
(a) সমতল
(b) উত্তল
(c) অৱতল
(d) এটাও নহয়
Ans : (b) উত্তল
7.
এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎপ্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো
থ’ব লাগিব一
(a) মেৰু আৰু মুখ্য ফ’কাছৰ মাজত
(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(c) ভাঁজকেন্দ্ৰত
(d) ভাঁজকেন্দ্ৰৰ বাহিৰত
Ans : (c) ভাঁজকেন্দ্ৰত
8.
তলৰ কোনটো লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে অৱতল দাপোণ এখনে সৎ ওলোটা প্রতিবিম্ব গঠন
নকৰে一
(a) অসীমত
(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত
(d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত
Ans : (d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ
মাজত
9.
অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে一
(a) ভাঁজকেন্দ্ৰত
(b) মুখ্য ফ’কাছত
(c) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত
Ans : (b) মুখ্য ফ’কাছত
10.
অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ
এখনে প্রতিবিম্ব গঠন কৰে一
(a) মুখ্য ফ’কাছত
(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(c) ভাঁজকেন্দ্ৰত
(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত
Ans : (d) মুখ্য ফ’কাছ আৰু দাপোণৰ
মেৰুৰ মাজত
11.
অবতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান一
(a) ভাঁজকেন্দ্ৰত
(b) ভাঁজকেন্দ্ৰৰ বাহিৰত
(c) অসীমত
(d) মুখ্য ফ’কাছত
Ans : (c) অসীমত
12.
অবতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ স্থান一
(a) ভাঁজকেন্দ্র
(b) অসীম
(c) মুখ্য ফ’কাছ
(d) ভাঁজকেন্দ্ৰৰ বাহিৰত
Ans : (a) ভাঁজকেন্দ্র
13.
এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব一
(a) মুখ্য ফ’কাছত
(b) অসীমত
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত
(d) মুখ্য ফ’কাছ আৰু মেৰুৰ মাজত
Ans : (b) অসীমত
14.
এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাৰলৈ লক্ষ্যবস্তু ৰাখিব লাগিব一
(a) অসীমত
(b) ভাঁজকেন্দ্ৰত
(c) ভাঁজকেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
(d) মুখ্য ফ’কাছত
Ans : (d) মুখ্য ফ’কাছত
15.
উত্তল লেন্ছত উৎপন্ন প্রতিবিম্ব一
(a) সদায় সৎ
(b) সদায় অসৎ
(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে
(d) ইয়াৰ এটাও নহয়
Ans : (c) সৎ আৰু অসৎ দুয়োটাই হ’ব
পাৰে
16.
অবতল লেন্ছত উৎপন্ন প্রতিবিম্ব一
(a) সৎ, সংকুচিত
(b) অসৎ, সংকুচিত
(c) অসৎ, সমান
(d) অসৎ, বিবর্ধিত
Ans : (b) অসৎ, সংকুচিত
17.
উত্তল লেন্ছ এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ এটা অসৎ, থিয় আৰু বিবর্ধিত প্রতিবিম্ব পাবলৈ চেষ্টা কৰা
হ’ল। লক্ষ্যবস্তুটো থ’ব লাগিব 一
(a) অসীমত
(b) মুখ্য ফ’কাছত
(c) 2F দূৰত্বত
(d) মুখ্য ফ’কাছ আৰু আলোককেন্দ্ৰ মাজত
Ans : (d) মুখ্য ফ’কাছ আৰু
আলোককেন্দ্ৰ মাজত
18.
এখন উত্তল লেন্ছে সৎ, ওলোটা আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব一
(a) মুখ্য ফ’কাছ F1
(b) F1 আৰু 2 F1 ৰ মাজত
(c) 2F1 ত
(d) 2F1ৰ বাহিৰত
Ans : (b) F1 আৰু 2 F1 ৰ মাজত
19.
অবতল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব一
(a) সদায় সৎ
(b) সদায় অসৎ
(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে
(d) ইয়াৰ এটাও নহয়
Ans : (c) সৎ আৰু অসৎ দুয়োটাই হ’ব
পাৰে
20.
এখন উত্তল লেন্ছে সৎ, ওলোটা আৰু সংকুচিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব一
(a) 2F1 ৰ বাহিৰত
(b) 2F1 ত
(c) F1 ত
(d) অসীমত
Ans : (a) 2F1 ৰ বাহিৰত
21.
এটা লক্ষ্যবস্তু উত্তল লেন্ছ এখনৰ মুখ্য ফ’কাছ F1 ত ৰখা হ’ল। প্ৰতিবিম্বটো হ’ব一
(a) সৎ, সংকুচিত
(b) অসৎ, বিবর্ধিত
(c) সৎ, অতিকৈ বিবর্ধিত
(d) সৎ, সমান আকাৰৰ
Ans : (c) সৎ, অতিকৈ বিবর্ধিত
22.
উত্তল লেন্ছ এখনৰ মুখ্য ফ’কাছ F1 আৰু আকোলকেন্দ্ৰ O ৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। উৎপন্ন
প্রতিবিম্বটো হ’ব 一
(a) সৎ, সংকুচিত
(b) অসৎ, সংকুচিত
(c) সৎ, বিবর্ধিত
(d) অসৎ, বিবর্ধিত
Ans : (d) অসৎ, বিবর্ধিত
23.
অসীম আৰু আলোককেন্দ্ৰ O ৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে অবতল লেন্ছ এখনে
উৎপন্ন কৰা প্রতিবিশ্বৰ অৱস্থান হ’ব一
(a) মুখ্য ফ’কাছ F1 ত
(b) অসীমত
(c) মুখ্য ফ’কাছ F1 আৰু আলোককেন্দ্ৰৰ মাজত
(d) 2F1 ত
Ans : (c) মুখ্য ফ’কাছ F1 আৰু আলোককেন্দ্ৰৰ মাজত
24.
উত্তল লেন্ছ এখনৰ 2F ও লক্ষ্যবস্তু এটা ৰাখিলে এটা সৎ, সমান আকাৰৰ প্ৰতিবিম্ব পোৱা যাব一
(a) 2F1ত
(b) 2F2ত
(c) F2ত
(d) 2F2 ৰ বাহিৰত
Ans : (d) 2F2 ৰ বাহিৰত
25.
10 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ এখনৰ পৰা 20 ছে. মি. দূৰত লক্ষ্যবস্তু এটা
ৰাখিলে, প্রতিবিম্বটো
হ’ব一
(a) সৎ, বিবর্ধিত
(b) সৎ, সংকুচিত
(c) অসৎ, বিবর্ধিত
(d) সৎ, সমান আকাৰৰ
Ans : (d) সৎ, সমান আকাৰৰ
26.
লেন্ছৰ ক্ষমতাৰ একক হ’ল一
(a) cm
(b) kg
(c) ডায়’প্টাৰ
(d) m
Ans : (c) ডায়’প্টাৰ
27.
50 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছৰ ক্ষমতা—
(a) 2D
(b) 0.5D
(c) 5D
(d) 25D
Ans : (a) 2D
28.
−1.5D ক্ষমতাৰ
লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য হ’ব一
(a) -15 cm
(b) -66.6 cm
(c) 1.5 cm
(d) 1 cm
Ans : (b) -66.6 cm
29.
15 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোণ এখনৰ ভাঁজব্যাসাৰ্দ্ধ হ’ব一
(a) 1.5 cm
(b) 7.5cm
(c) 30cm
(d) 15cm
Ans : (c) 30cm
30.
এখন 15 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ মেৰুৰ পৰা 12 ছে. মি. আঁতৰত
লক্ষ্যবস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বটো হ’ব—
(a) সৎ, বিবর্ধিত
(b) অসৎ, বিবর্ধিত
(c) সৎ সমান আকাৰৰ
(d) সৎ, সংকুচিত
Ans : (b) অসৎ, বিবর্ধিত
31.
তলৰ কোনখন দাপোণে এটা থিয় বিবর্ধিত প্রতিবিম্ব দিব?
(a) সমতল
(b) উত্তল
(c) অৱতল
(d) ওপৰৰ আটাইকেইটা
Ans : (c) অৱতল
32.
পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পানীত পোহৰ ৰশ্মিডাল一
(a) একেটা নিশত গতি কৰি থাকিব
(b) অভিলম্বৰ দিশত বেঁকা হ’ব
(c) অভিলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব
(d) অভিলম্বৰ ওপৰেৰে গতি কৰিব
Ans : (b) অভিলম্বৰ দিশত বেঁকা হ’ব
33.
গোলাকাৰ দাপোণৰ ফ ‘কাছ দৈৰ্ঘ্য ভাঁজব্যাসাৰ্দ্ধৰ অনুপাত হ’ল—
(a) 0.5
(b) 1
(c) 2
(d) 3
Ans : (a) 0.5
34.
তলৰ কোনটোৱে প্ৰতিফলনৰ নিয়মবোৰ মানি চলে?
(a) সমতল দাপোণ
(b) অৱতল দাপোণ আৰু উত্তল দাপোণ
(c) সকলো ধৰণৰ দাপোণ
(d) সকলো প্ৰতিফলনকাৰী পৃষ্ঠ
Ans : (d) সকলো প্ৰতিফলনকাৰী পৃষ্ঠ
35.
তলৰ কোনটোৱে প্ৰতিসৰণৰ নিয়মবোৰ মানি চলে ?
(a) উত্তল লেন্ছ
(b) অৱতল লেন্ছ
(c) সকলো ধৰণৰ লেন্ছ
(d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ
Ans : (d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী
পৃষ্ঠ
As we conclude our exploration of Science MCQs in Part 2 of "Boost Your Polytechnic Admission Test 2024 Preparation," we hope this comprehensive guide has been a valuable asset in your study arsenal. By delving into these carefully selected questions and their detailed answers, you've not only strengthened your understanding of key scientific concepts but also fortified your readiness for the challenges that lie ahead. Stay tuned for more insightful content in our ongoing series, and remember, diligent preparation is the key to unlocking success in your Polytechnic Admission Test journey. Best of luck!

0 Comments