Polytechnic Admission Test 2024 || Top 37 Science MCQ with Answers Part 1



Welcome to your Polytechnic Admission Test 2024 journey! We know how important it is to prepare thoroughly, and that's why we're here to help. In this comprehensive guide, we're excited to present Part 1 of our series: "Boost Your Polytechnic Admission Test 2024 Preparation." This segment focuses on Science and includes the Top 37 Science Multiple-Choice Questions (MCQs) with detailed answers. Whether you're a dedicated aspirant or just starting your preparation, this resource is designed to improve your understanding and proficiency in the core scientific principles tested in the upcoming Polytechnic Admission Test.

Get ready to unlock the door to success as we explore these essential Science MCQs. We not only provide the correct answers but also offer insightful explanations to deepen your knowledge and enhance your problem-solving skills. Let's dive into the fascinating world of science and pave the way for a successful Polytechnic Admission Test 2024!

Top 37 Science MCQ with Answers Part 1

1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা
(a) ছডিয়াম
(b) এলুমিনিয়াম
(c) ক্লৰিন
(d) ৰণ
Ans : (d) ৰণ
 
2. তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে বিক্ৰিয়া কৰে ?
(a) Al
(b) Fe
(c) Na
(d) Ca
Ans : (d) Ca
 
3. তলতনাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্রিয়া কৰে ?
(a) Na
(b) Fe
(c) Cu
(d) Ag
Ans : (a) Na
 
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, যিংকৰ নহয় কিয়নো
(a) টিনতকৈ যিংক দামী
(b) যিংকৰ গলনাংক টিনতকৈ বেছি
(c) যিংক টিনতকৈ অধিক সক্রিয়
(d) যিংক টিনতকৈ কম সক্রিয়
Ans : (c) যিংক টিনতকৈ অধিক সক্রিয়
 
5. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে যোগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো  
(a) কেলছিয়াম
(b) কাৰ্বন
(c) ছিলিকন
(d) আইন
Ans : (a) কেলছিয়াম
 
7. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত
(a) গ্ৰীজ ব্যৱম্বৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো
Ans : (c) যিংকৰ প্ৰলেপ দি
 
8. তলৰ মৌলবোৰৰ কোনটো আটাইতকৈ বেছি ঘাতসহনশীল ?
(a) ডিয়াম 
(b) তাম
(c) সোণ
(d) এলুমিনিয়াম
Ans : (c) সোণ
 
9. লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই পোৱা সংকৰ ধাতুটো
(a) ব্ৰঞ্জ
(b) পিতল
(c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)
(d) ল্ডাৰ
Ans : (c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)
 
10. আকৰৰ পৰা আহৰণ কৰাৰ পিছত ধাতু এটাত থকা বিভিন্ন অশুদ্ধি আঁতৰ কৰা পদ্ধতিটো
(a) গাঢ়ীকৰণ
(b) বিদ্য়ুৎ পৰিশোধন
(c) দগ্ধীকৰণ
(d) তাপজাৰণ
Ans : (b) বিদ্য়ুৎ পৰিশোধন
 
11. খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি অশুদ্ধি আঁতৰ কৰা প্ৰক্ৰিয়াটো
(a) দক্ষীকৰণ
(b) শোধন
(c) গাঢ়ীকৰণ
(d) বিজাৰণ
Ans : (c) গাঢ়ীকৰণ
 
12. উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ হয় ?
(a) কার্বন বিজাৰণ
(b) বিদ্যুৎ বিজাৰণ
(c) প্রতিস্থাপন
(d) জাৰণ
Ans : (b) বিদ্যুৎ বিজাৰণ
 
13. ধাতব অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহৃত হয়?
(a) জাৰণ
(b) তাপজাৰণ
(c) বিজাৰণ
(d) দক্ষ্মীকৰণ
Ans : (c) বিজাৰণ
 
14. কার্বনেট আকৰক ধাতব আক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা হয়
(a) দগ্ধীকৰণ
(b) তাপজাৰণ
(c) বিজ্ঞাৰণ
(d) শোধন
Ans : (a) দগ্ধীকৰণ
 
15. ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় এই পদ্ধতিক কোৱা হয়
(a) পক্ষীকৰণ
(b) শোধন
(c) বিজ্ঞাণ
(d) তাপজাৰণ
Ans : (d) তাপজাৰণ
 
16. তলৰ কোনটো ধাতুৰ এটা আকৰিক চিনাবাৰ ?
(a) কপাৰ
(b) যিংক
(c) ছিলভাৰ
(d) পাৰা (মাৰকিউৰি)
Ans : (d) পাৰা (মাৰকিউৰি)
 
17. তলৰ কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম ধাতু পোৱা যায় ?
(a) দগ্ধীকৰণ
(b) তাপজাৰণ
(c) কার্বন বিজ্ঞাৰণ
(d) বিদ্যুৎ বিজাৰণ
Ans : (d) বিদ্যুৎ বিজাৰণ
 
18. ধাতুসমূহৰ সক্ৰিয়তা ক্ৰম নিৰূপণত সর্বাধিক সহায় কৰে
(a) ধাতু আৰু পানীৰ মাজৰ বিক্রিয়াই
(b) ধাতু আৰু এচিডৰ মাজৰ বিক্ৰিয়াই
(c) ধাতু আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াই
(d) ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্রতিস্থাপন বিক্রিয়াই
Ans : (d) ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্রতিস্থাপন বিক্রিয়াই
 
19. তলৰ আটাইতকৈ সক্রিয় ধাতুটো
(a) সোণ
(b) পটেছিয়াম
(c) এলুমনিয়াম
(d) ডিয়াম
Ans : (b) পটেছিয়াম
 
20. তলৰ কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰিত নকৰে ?
(a) Pb
(b) Zn
(c) Cu
(d) Fe
Ans : (c) Cu
 
21. তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO3  লগত বিক্ৰিয়া কৰি H2  গেছ উৎপন্ন কৰে?
(a) Cu, Co
(b) Mg, Mn
(c) Al, Fe
(d) Na, K
Ans : (b) Mg, Mn
 
22. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্রিয়া নকৰে?
(a) Cu
(b) Fe
(c) Al
(d) Mg
Ans : (a) Cu
 
23. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্রিয়া কৰে?
(a) Cu
(b) Pb
(c) K
(d) Ag
Ans : (c) K
 
24. তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে?
(a) Mg
(b) Cu
(c) Fe
(d) Ca
Ans : (c) Fe
 
25. তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে?
(a) K
(b) Mg
(c) Al
(d) Ca
Ans : (b) Mg
 
26. তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে?
(a) Cu
(b) Fe
(c) Ag
(d) Al
Ans : (c) Ag
 
27. তলৰ কোনটো এটা উভধর্মী অক্সাইড
(a) Na2O
(b) KO
(c) CuO
(d) Al2O3
Ans : (d) Al2O3
 
28. তলৰ কোনটো ধাতব অক্সাইড পানীত দ্রবণীয় 
(a) Na2O
(b) Fe3O4
(c) CuO
(d) PbO
Ans : (a) Na2O
 
29. তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি
(a) মেগনেছিয়াম
(b) ডিয়াম
(c) সীহ
(d) গেলিয়াম
Ans : (b) ডিয়াম
 
30. ধাতৱদ্য়ুতি থকা অধাতুটো
(a) কার্বন
(b) ছালফাৰ
(c) ছফৰাছ
(d) আয়ডিন
Ans : (d) আয়ডিন
 
31. সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো
(a) আয়ডিন
(b) ক্লৰিণ
(c) ব্ৰমিন
(d) ছালফাৰ
Ans : (c) ব্ৰমিন
 
32. সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো
(a) গেলিয়াম
(b) চিজিয়াম
(c) সীহ
(d) পাৰা
Ans : (d) পাৰা
 
33. আটাইতকৈ নমনীয় ধাতুটো
(a) সোণ
(b) ৰূপ
(c) তাম
(d) এলুমিনিয়াম
Ans : (a) সোণ
 
34. বায়ুৰ সংস্পৰ্শত ছিলভাৰে ইয়াৰ পৃষ্ঠত এটা লা বৰণৰ পদাৰ্থ উৎপন্ন কৰে এই পদাৰ্থটো
(a) Ag2S
(b) AgNO3
(c) AgCl
(d) Ag2O
Ans : (a) Ag2S
 
35. তলৰ কোনটোৱে পিতলৰ সংযুতি সূচাইছে
(a) Cu+ Zn
(b) Cu + Sn
(c) Pb+ Sn
(d) Fe + C
Ans : (a) Cu+ Zn
 
36. তলৰ কোনটোৱে ব্ৰঞ্জাৰ সংযুতি সূচাইছে
(a) Cu + Zn
(b) Pb + Sn
(c) Cu + Sn
(d) Mg + Al
Ans : (c) Cu + Sn
 
37. তলৰ কোনটো এটা এমালগাম ?
(a) Na + Hg
(b) Fe + C
(c) Cu + Sn
(d) Pb+ Sn
Ans : (a) Na + Hg


Download PDF Click here
Join on WhatsApp Click here  
Join on Telegram Click here

As we wrap up Part 1 of our series, "Boost Your Polytechnic Admission Test 2024 Preparation," we hope this exploration of the Top 37 Science MCQs has been instrumental in refining your understanding of key scientific concepts. The journey towards success in the Polytechnic Admission Test requires a combination of dedication, strategic learning, and a comprehensive grasp of the subject matter.

Remember, this is just the beginning of your preparation. Continuously challenge yourself with practice, seek further knowledge, and refine your problem-solving skills. The path to success is often paved with hard work and perseverance, and by mastering the fundamental aspects of science outlined in this guide, you're well on your way to conquering the challenges that the Polytechnic Admission Test 2024 may present.

Stay tuned for future installments in this series, where we'll continue to provide valuable insights and resources to propel you towards success in your Polytechnic Admission Test journey. Good luck, and may your dedication shine brightly in the realm of academic achievement!